Home » গৌৰীসাগৰত গৰুখুটিত উচ্ছেদৰ বিৰুদ্ধে হোৱা হিংসাত্মক ঘটনাৰ প্ৰতিবাদত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট

গৌৰীসাগৰত গৰুখুটিত উচ্ছেদৰ বিৰুদ্ধে হোৱা হিংসাত্মক ঘটনাৰ প্ৰতিবাদত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট

by admin
0 comment

news bazar24 : শিৱসাগৰ জিলাৰ আমগুৰিৰ পত্নী, পুত্ৰ আৰু কন্যা একেলগে সন্ধানহীন হোৱাৰ এক ঘটনা পোহৰলৈ আহিছে। আমগুৰিৰ চাৰিং দুৱৰাপাৰৰ নিবাসী হীৰকজ্যোতি বৰাৰ পত্নী জ্যোতি বৰা(২৪),পুত্ৰ সুৰজ বৰা,কন্যা নিমিশা বৰা ২৪ ছেপ্টেম্বৰৰপৰা সন্ধানহীন হৈ আছে।  ঘটনাৰ বিৱৰণ মতে নিজৰ ঘৰৰপৰা সন্ধানহীন হোৱা পত্নী,পুত্ৰ আৰু কন্যাৰ সন্দৰ্ভত হীৰকজ্যোতি বৰাই ইতিমধ্যে স্থানীয় গৌৰীসাগৰ আৰক্ষী থানাত লিখিত অভিযোগ দাখিল কৰিছে। দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া  হীৰকজ্যোতি বৰাই পত্নী,পুত্ৰ,কন্যা সন্ধানহীন হোৱাত মানসিকভাৱে ভাগি পৰিছে। সদাশয় ব্যক্তিয়ে সম্ভেদ পালে হীৰকজ্যোতি বৰাৰ 7637936439 নম্বৰত যোগাযোগ কৰিবৰ বাবে অনুৰোধ কৰিছে।

Related Posts