news bazar24: মহানগৰীৰ বেলতলাত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। চাৰ্ভেৰ চন্দন নগৰত বৃদ্ধ দম্পতীক হত্যা।দুৰ্বৃত্ত ই শোৱাপাটীতে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি নৃশংসভাবে হত্যা কৰিলে বৃদ্ধ দম্পতীক। ডকাইতৰ দলে এই হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে।ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।দুৰ্বৃত্তৰ আক্ৰমণত নিহিত হয় ননী বৰুৱা (৮৬), আৰু তেওঁৰ পত্নী মীনা বৰুৱা(৮০)। তেওঁলোকৰ সন্তান বেংগালুৰুত কৰ্মৰত বুলি জানিব পৰা গৈছে।