Home » ৰাষ্ট্ৰীয় পৰ্যায়ৰ সৌন্দৰ্য্য প্ৰতিযোগিতাত জিলিকিল অসমীয়া জীয়ৰী

news bazar24: গুৱাহাটী মাছখোৱা সাংস্কৃতিক প্ৰকল্পত অলপতে অনুষ্ঠিত হোৱা Miss teen India national ত যোৰহাটৰ দীপাংকৰ বিদ্যাপীঠৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী মৃন্ময়ী বৰাই first runner up খিতাপ বুটলিবলৈ সক্ষম হৈছে। পঢ়াশুনাৰ উপৰি বিভিন্ন সাংস্কৃতিক কাম কাজৰ লগত জড়িত মৃন্ময়ীযে সন্মান লাভ কৰাৰ বাবে অভিনেতা দেউতাক আৰু কলেজ শিক্ষক মাতৃয়ে যথেষ্ট সুখ অনুভৱ কৰিছে। উল্লেখযোগ্য যে সমগ্ৰ যোৰহাট জিলাৰ খনৰ লগতে অঞ্চল বাসীৰ মাজত আনন্দৰ জোৱাৰ দেখিবলৈ পোৱা গৈছে।

Related Posts

Leave a Comment